Cybercrime Helpline


আমাৰ চাইবাৰ সেৱাসমূহ প্ৰায় বিনামূলীয়া আৰু ইয়াক দীৰ্ঘম্যাদীভাৱে বহনক্ষম কৰি ৰাখিবলৈ চাবস্ক্ৰিপচনৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। চাবস্ক্ৰিপচন মাচুল প্ৰতি সপ্তাহত/আপফ্ৰন্ট লোৱা হয়, যিটো সেৱাৰ ধৰণ অনুসৰি ভিন্ন হয় আৰু ঘূৰাই দিয়া নহয়।

যদি আপুনি আমাৰ চাবস্ক্ৰিপচন-ভিত্তিক সেৱাসমূহৰ হিতাধিকাৰী তেন্তে আপুনি এইটো আনৰ সৈতে শ্বেয়াৰ কৰিব পাৰে, বিশেষকৈ যিসকলক ইয়াৰ প্ৰয়োজন আছিল যাতে তেওঁলোকেও লাভৱান হয়।

আপুনি যদি কোনো ধৰণৰ চাইবাৰ অপৰাধৰ সমস্যা যেনে হেকিং, বেংকিং জালিয়াতি, ইউপিআই জালিয়াতি, ঋণ হাৰাশাস্তি আৰু ব্লেকমেইলিং সমস্যাৰ সন্মুখীন হয় তেন্তে আমি আপোনাক সহায় কৰিব পাৰো। আমাৰ দ্ৰুত সঁহাৰি দলটোৱে আপোনাৰ পৰিস্থিতি আৰু আপোনাৰ সন্মুখীন হোৱা সমস্যাৰ স্তৰৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা গ্ৰহণ কৰিব।



তলত দিয়া কাৰ্য্যসমূহক হাৰাশাস্তি বুলি গণ্য কৰা হয়:

📌 আপোনাৰ ফোন ডাটা হেক কৰি ব্লেকমেইলিং।

📌 আপোনাৰ অজ্ঞাতে বা গ্ৰহণযোগ্যতা অবিহনে নিজৰ ঋণৰ বিষয়ে বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ লগত যোগাযোগ কৰা।

📌 আপোনাক বাৰে বাৰে ফোন কৰি ঋণৰ EMI পৰিশোধ কৰিবলৈ মানসিক চাপ দিয়া।

📌 আপোনাক বা আপোনাৰ পৰিয়াল বা আত্মীয়ক ভাবুকি দিয়া।

📌 বিনা জাননীত আপোনাৰ ব্যৱসায়ৰ স্থান বা ঘৰলৈ গৈ আপোনাক অপমান কৰিবলৈ চেষ্টা কৰা।

📌 ৰাজহুৱা স্থানত আপোনাক অপমান কৰা বা আপুনি ঋণী হৈ পৰিশোধ কৰিব নোৱাৰা হোৱাটছএপ মেছেজ প্ৰচাৰ কৰি।


ঋণ আদায়কাৰী এজেণ্টৰ বাবে আৰ বি আইৰ নিৰ্দেশনা কি?

📌 ঋণ সংগ্ৰাহক (তৃতীয় পক্ষৰ আদায়কাৰী এজেণ্ট)ৰ বাবে আৰ বি আইয়ে কিছুমান নিয়ম জাৰি কৰিছে যিয়ে গ্ৰাহকক নিৰ্যাতন আৰু মানসিক হাৰাশাস্তিৰ পৰা ৰক্ষা কৰে।


আৰ বি আইৰ নিয়মৰ ভিতৰত আছে-

📌 ঋণ আদায়কাৰী এজেন্ট(সকল) এপইণ্টমেণ্ট অবিহনে আপোনাৰ ঘৰলৈ যাব নোৱাৰে।

📌 ঋণ আদায়কাৰী এজেন্ট(সকলে) আপোনাক কৰ্মস্থলীত ফোন কৰিব নোৱাৰে বা জাননী অবিহনে আপোনাৰ কাৰ্যালয়লৈ যাব নোৱাৰে।

📌 ঋণ আদায়কাৰী এজেন্ট(সকলে) আপোনাক কোনো ধৰণে অপমান বা ভয় দেখুৱাব নোৱাৰে।

📌 ঋণ আদায়কাৰী এজেন্ট(সকলে) আপোনাৰ সৈতে মত বিনিময় কৰাৰ সময়ত গালি-গালাজ ভাষা ব্যৱহাৰ কৰিব নোৱাৰে।

📌 ঋণ আদায়কাৰী এজেণ্ট(সকল)ৰ লগত বেংকৰ চিনাক্তকৰণ আৰু অনুমোদন পত্ৰ লৈ যাব লাগিব।

📌 ঋণ আদায়কাৰী এজেন্ট(সকলে) আপোনাৰ লগত পুৱা ৭ বজাৰ আগতে আৰু সন্ধিয়া ৭ বজাৰ পিছত যোগাযোগ কৰিব নোৱাৰিব।


English


Our cyber services are almost FREE and it is based on subscription to keep it sustainable in the long term. The subscription fee is charged per week/upfront, which varies as per the type of service and is nonrefundable.

If you are a beneficiary of our subscription-based services then you may share this with others, especially with someone who needed it so they get benefitted too. 

At The District Finance Center, we can help you in case you are facing any type of cybercrime issue such as hacking, banking fraud, UPI fraud, Loan Harassment & Blackmailing Problems. Our quick response team will take action based on your situation and the level of problem face by you.


The following actions are considered harassment:

📌 Hacking your phone data and blackmailing you. 

📌 Contacting your friends and relatives about your debt without your knowledge or acceptance.

📌 Calling you repeatedly and putting mental pressure to pay the loan EMI.

📌 Threatening you or your family or relatives.

📌 Trying to humiliate you by visiting your place of business or home without notice.

📌 Insulting you in public or by circulating WhatsApp messages that you are in debt and unable to pay.


What are the RBI guidelines for loan recovery agents?

📌 The RBI has issued some rules for debt collectors (third-party recovery agents) that protect consumers from abuse and mental harassment.


RBI rules include:

📌 The loan recovery agent(s) cannot visit your home without an appointment.

📌 The loan recovery agent(s) cannot call you at work or visit your office without notice.

📌 The loan recovery agent(s) cannot insult or intimidate you in any manner.

📌 The loan recovery agent(s) can't use abusive language while interacting with you.

📌 The loan recovery agent(s) need to carry the bank’s identification and authorization letter.

📌 The loan recovery agent(s) cannot contact you before 7 am and after 7 pm.

ODFC 🇮🇳 Northeast √ WhatsApp 💬 8850585672

Name

Email *

Message *